WATCH | Drugs peddler arrested along with drugs : চাপৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই ড্ৰাগছ ব্যৱসায়ীক
চাপৰ,২৭মে’ : চাপৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
RFT(RANGE FIELD TEAM,CRPF LOWER ASSAM) ৰ সহযোগত চাপৰৰ আৰেয়াৰঝাৰত চলায় এই অভিযান।
অভিযানত জব্দ কৰে ১১ গ্ৰাম নিষিদ্ধ ড্ৰাগছসহ দুজন ড্ৰাগছ ব্যৱসায়ী(Drugs peddler arrested along with drugs)।
ব্যৱসায়ী কেইজনৰ ক্ৰমে মৌৱাটাৰীৰ লকমান আলী আৰু বক্কাৰ আলী বুলি জানিব পৰা গৈছে।
ঘটনা সংক্ৰান্তত চাপৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : WATCH | Sivsagar News : ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যা