WATCH | Drugs peddler arrested along with drugs : জাগীৰোডত বুজন পৰিমাণৰ হেৰ’ইনসহ আটক ব্যৱসায়ী
জাগীৰোড,২৫মে’ : জাগীৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত জাগীৰোড থানাৰ অন্তৰ্গত কুইয়াদলৰ পৰা শনিবাৰে নিশা আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে এজনক(Drugs peddler arrested along with drugs)৷
আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনখিনিৰ ওজন ১১ গ্ৰাম ৷ আটকাধীন লোক জন জাগীৰোডৰ কুইয়াদলৰ গুলজাৰ হুছেইন বুলি জাগীৰোড আৰক্ষীয়ে জনায় ৷ গুলজাৰ হুছেইনৰ পৰা ৬৫ টা হেৰ’ইন ভৰ্তি কন্টেনাৰ জব্দ কৰে জাগীৰোড আৰক্ষীয়ে ৷
লগতে পঢ়ক : WATCH | Heated situation : যোৰহাট চাংচোৱা চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি