WATCH | Drugs peddler arrested along with drugs: আমিনগাঁৱত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
উত্তৰ গুৱাহাটী,১২মাৰ্চ : আমিনগাঁৱত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ।
STF ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।
শিলচৰৰ মণিপুৰ সীমান্তৰ পৰা নামনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে ড্ৰাগছখিনি(Drugs peddler arrested along with drugs)।
AS 21 M 1450 নম্বৰৰ এল্ট’ বাহনত গোপন চেম্বাৰ বনাই সৰবৰাহ কৰা ৪১ টা পেকেট জব্দ কৰে অভিযানকাৰী দলটোৱে ।
অভিযানত জব্দ ৫৩৩ গ্ৰাম হেৰ’ইন। জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় ৪ কোটি টকা বুলি সদৰি কৰে আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ STFৰ ।
গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী ছাজমুল লস্কৰ আৰু মৃণাল হুছেইন ।
লগতে পঢ়ক : WATCH | Bhupen Borah : ‘এতিয়া আত্মনিৰ্ভশীল অসম মানে আন্দোলন’