Drugs peddler arrested along with drugs: সোণাপুৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ
সোণাপুৰ,৬ফেব্ৰুৱাৰী : সোণাপুৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ । অসম মেঘালয় সীমান্তৰ ১৪ মাইলৰ পৰা জব্দ ড্ৰাগছখিনি
এক গোপন সূত্ৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীয়ে অভিযান চলাই। অভিযানত ঘটনা সন্দৰ্ভত জড়িত বিকি লিংডো আৰু ৰিকি খাৰষ্টেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক।
লগতে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ১২ গ্ৰাম নিষিদ্ধ ড্ৰাগছ,নগদ ধনসহ এখন বাইক এটা মোবাইল ফোন জব্দ কৰে। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ ঘৰ মেঘালয়ৰ নংপোত বুলি জানিব পৰা গৈছে(Drugs peddler arrested along with drugs)।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।