Drugs peddler arrested along with drugs: চতিয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
চতিয়া,২ফেব্ৰুৱাৰী : চতিয়াত ড্ৰাগছ বিৰোধী অভিযান। চতিয়াৰ নাগশংকৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বিশ্বনাথ অপৰাধ আৰক্ষী শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু চতিয়া আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই। অভিযানত নিষিদ্ধ হেৰ’ইন সহ আটক সৰবৰাহকাৰী(Drugs peddler arrested along with drugs)।
আটক কৰা সৰবৰাহকাৰীটো চতিয়াৰ ঘাহী মুছলিম গাঁও জোন আলি বুলি জানিব।
জানিব পৰা মতে, এখন ই ৰিক্সাৰে চাবোনৰ বাকটত ভৰাই আনিছিল নিষিদ্ধ ৩৯ গ্ৰাম হে’ৰইন । হে’ৰইন সৰবৰাহ কৰাৰ সময়তে আটক কৰে আৰক্ষীৰ অভিযানকাৰী দলে ৷
লগতে পঢ়ক :Jagiroad News: আজি জাগীৰোড তথা মৰিগাঁৱবাসীৰ বাবে এক ঐতিহাসিক দিন