Drugs peddler arrested along with drugs:গোৱালপাৰাত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,২৬ডিচেম্বৰ : গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান৷
আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰীক আটক(Drugs peddler arrested along with drugs)।
মৰনৈৰ ৰাক্ষসিনী দ্বিতীয় খণ্ডত অভিযান চলাই আটক কৰে সৰবৰাহকাৰীক ৷ লগতে আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট৷
আটকাধীন সৰবৰাহকাৰীটো ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ১,৪৫০টা নিচাযুক্ত টেবলেটসহ ৬০,৭১০ টকা জব্দ কৰে৷
লগতে পঢ়ক :Tragic road accident in Bokajan:বৰদিনৰ উৎসাহ-উদ্দীপনাৰ মাজত শোকাৱহ পথ দুৰ্ঘটনা