Drugs peddler arrested along with drugs: নগাঁৱৰ নাৰমাৰীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,২৬নৱেম্বৰ : নগাঁৱৰ নাৰমাৰীত হেৰ’ইনসহ ২ সৰবৰাহকাৰীক আটক। নগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰে ২ সৰবৰাহকাৰীক(Drugs peddler arrested along with drugs)।
আটকাধীন সৰবৰাহকাৰী দুজন মাইন উদ্দিন ওৰফে মানু, মফিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
আটকাধীন সৰবৰাহকাৰীৰ পৰা জব্দ সাতটা ড্ৰাগছৰ বাকচ। ধৃত ২ সৰবৰাহকাৰীক জেৰা অব্যাহত আৰক্ষীৰ।
লগতে পঢ়ক :Sensational incident: চাপৰৰ চম্পাৱতী নৈৰ বালিৰ মহলত অঘটন