Drugs peddler arrested along with drugs : কলগাছিয়া আৰক্ষীৰ জালত মোল্লাৰূপী ৩ ড্ৰাগছ ব্যৱসায়ী

নিউজ ডেস্ক,২৯ছেপ্তেম্বৰ : এইবাৰ ড্ৰাগছ ব্যৱসায়ী ৰূপত মোল্লা।
কলগাছিয়া আৰক্ষীৰ জালত মোল্লাৰূপী ৩ ড্ৰাগছ ব্যৱসায়ী। ৰাইজৰ সহযোগত ডিমাপুৰৰ পৰা আটক ৩ ড্ৰাগছ ব্যৱসায়ীক ।
আটক কৰা ড্ৰাগছ ব্যৱসায়ী কেইজন নাছিৰুল ইছলাম, আমিনুল ইছলাম, ৰাশিদুল ইছলাম বুলি জানিব পৰা গৈছে(Drugs peddler arrested along with drugs)।
বিজনীৰ পৰা কলগাছিয়া অভিমুখী অৱস্থাত আটক তিনিওকে। আন্ধাৰৰ সুযোগ লৈ পলায়ন এটা ড্ৰাগছ ব্যৱসায়ীৰ। চাবোনৰ বাকচৰ পৰা ২৫.২৩ গ্ৰাম ড্ৰাগছ জব্দ।
লগতে পঢ়ক : ADRE Exam 2024: আজি ADREৰ তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ লিখিত পৰীক্ষা