Drugs peddler arrested along with drugs : সৰুপথাৰত জব্দ ৪ কোটি টকাৰ ড্ৰাগছ

নিউজ ডেস্ক,২২জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী (Drugs peddler arrested along with drugs)।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বোকাজানত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।
সৰুপথাৰত আৰক্ষীৰ অভিযান । অভিযানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ।
জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৪ কোটি টকাৰ বুলি অনুমাণ কৰা হৈছে ৷
ইফালে আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে ৩টা সৰবৰাহকাৰী৷ আটকাধীন সৰবৰাহকাৰী কেইজনৰ এজন মেৰাপানীৰ নগেন বৰা বুলি চিনাক্ত কৰা লগতে আটকধীন আন দুজম তিনিচুকীয়াৰ ৰাজকুমাৰ চেত্ৰী, দেৱৰাজ চেত্ৰীক বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Road Accident in Jorhat : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য;তীব্ৰবেগী ডাম্পাৰ খুন্দাত নিহত কিশোৰীৰ