Local, Vocal, Global

WATCH | Drugs peddler arrested along with drugs: বোকাজানৰ ডিলাইত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

বোকাজান,২২এপ্ৰিল : বোকাজানৰ ডিলাইত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

তেলৰ টেংকীৰ গোপন কক্ষত লুকুৱাই আনিছিল ড্ৰাগছখিনি।

আৰক্ষীৰ নাকা তালাচীত জব্দ ড্ৰাগছখিনি(Drugs peddler arrested along with drugs)।

HR-26-AW-2022 নম্বৰৰ এখন বাহন পৰা জব্দ কৰে ড্ৰাগছখিনি।

জব্দকৃত ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ চেষ্টা ।

প্ৰায় ৪৫ টা চোবোনৰ বাকচত জব্দ ৪২৮.৭২ গ্ৰাম হেৰ’ইন।

জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা ।

আটকীধীন সৰবৰাহকাৰীটো মণিপুৰৰ আজাদ খান।

লগতে পঢ়ক : WATCH | Mangaldoi News : ৰাজ্যত তীব্ৰতৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ