Local, Vocal, Global

Watch | Drug peddler arrested: মানকাচৰত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপসহ মাফিয়া

হাটশিঙিমাৰী,১৭মাৰ্চ : নিশা মানকাচৰত আৰক্ষীৰ অভিযান।

অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপৰ লগতে দুই ড্ৰাগছ মাফিয়া।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কাছাৰীপাৰাত আৰক্ষী এক অভিযান চলাই ৫০ টা কৈ নিচাজাতীয় কফ চিৰাপ জব্দৰ লগতে দুই ড্ৰাগছ মাফিয়া ক্রমে আলি উচুফ হুছেইন আৰু ছাব্বিৰ হুছেইন নামৰ দুই ড্ৰাগছমাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Drug peddler arrested)।

মানকাচত আৰক্ষী বিষয়াই এক গোপন সূত্ৰত পম খেদি বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক : WATCH | Nagaon News : ‘বিজেপিৰ শক্তিশালি বিকল্প হৈছে কংগ্ৰেছ দল ‘