Local, Vocal, Global

Drone attack carried out at ULFA (I) camp : আলফা(স্বাঃ) ৰ ম্যানমাৰস্থিত শিবিৰত ড্ৰোণেৰে আক্ৰমণ

নিউজ ডেস্ক, ৮জানুৱাৰী : আলফা(স্বাঃ) ৰ ম্যানমাৰস্থিত শিবিৰত আক্ৰমণ। আলফা(স্বাঃ) ৰ ম্যানমাৰস্থিত শিবিৰত ৩ বাৰকৈ বোমাৰে আক্ৰমণ(Drone attack carried out at ULFA (I) camp) । দেওবাৰে পুৱতি নিশা ৪.১০ বজাত প্ৰথমে আক্ৰমণ তাৰ পিছত দ্বিতীয়টো আক্ৰমণ কৰে ৪.১২ । আনহাতে তৃতীয়টো আক্ৰমণ কৰে ৪.২০ বজাত । এই আক্ৰমণত সামান্য পৰিমাণে আহত দুজনকৈ কেডাৰ(Drone attack carried out at ULFA (I) camp in Myanmar) ।

উল্লেখ্য যে, আলফা চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰৰ পাছতে আলফা (স্বাধীন)ৰ সৈতেও আলোচনাৰ বাট মুকলি হোৱাৰ বিষয়ে চৰ্চা অব্যাহত থকাৰ সময়তে আলফা(স্বাধীন)ৰ শিবিৰত সংঘটিত হৈছে আক্ৰমণৰ ঘটনা। আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাই এক বিবৃতিৰ জৰিয়তে এই কথা সদৰি কৰিছে। আলফা (স্বাধীন)ৰ ম্যানমাৰত থকা চলমান শিবিৰত দেওবাৰে সংঘটিত হয় এই আক্ৰমণ। ড্ৰোণৰ সহায়ত হোৱা এই আক্ৰমণত দুজন কেডাৰ আহত হৈছে(Drone attack carried out at ULFA (I) camp in Myanmar, two cadres injured)।

লগতে পঢ়ক :Dima Hasao Autonomous Council Election Polling : আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন