Local, Vocal, Global

Dr. Banikanta Kakati Award: ৭৫ শতাংশ বা ৬০ শতাংশ নম্বৰ পালে নাপাব স্কুটী

নিউজ ডেস্ক,১৬ডিচেম্বৰ : মাজুলীত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ড০ বাণীকান্ত কাকতি মেধা বঁটাক লৈ বিশেষ ঘোষণা ।

ঘোষণা অনুসৰি, অহা বছৰৰ পৰা ৭৫ শতাংশ বা ৬০ শতাংশ নম্বৰ পালে নহ’ব। ৮০ শতাংশ নম্বৰ লাভ কৰিলেহে লাভ কৰিব ড০ বাণীকান্ত কাকতি মেধা বঁটা(Dr. Banikanta Kakati Award)।

৮০ শতাংশ নম্বৰ লাভ নকৰিলে ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰিব স্কুটী।

লগতে পঢ়ক:Tragic road accident in Dibrugarh:ডিব্ৰুগড়ৰ লাহোৱালত শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু কইনাৰ ভাতৃৰ