Local, Vocal, Global

Dr. Banikanta Kakati award : ডঃ বাণীকান্ত কাকতি মেধা বঁটাক লৈ নতুন নিয়ম

নিউজ ডেস্ক,১৫ডিচেম্বৰ : ডঃ বাণীকান্ত কাকতি মেধা বঁটাক লৈ নতুন নিয়ম

নিয়ম অনুসৰি…

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছাত্ৰয়ে ৭৫% নম্বৰ আৰু ছাত্ৰীয়ে ৬০ শতাংশ নম্বৰ লাভ কৰিলে নাপাব ডঃ বাণীকান্ত কাকতি মেধা বঁটা।

ডঃ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিবলৈ ছাত্ৰই ৭৫% নম্বৰ আৰু ৬০ শতাংশ নম্বৰ লাভ কৰাৰ লগতে কৰিব লাগিব চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি।

চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি নকৰা প্ৰাৰ্থীয়ে নাপাব ডঃ বাণীকান্ত কাকতি মেধা বঁটা( Dr. Banikanta Kakati award)।

অন্য ৰাজ্যৰ কলেজ, কোচিং চেণ্টাৰত নাম লগালে লাভ নকৰিব স্কুটী।

নিযুত মইনা আঁচনিৰ ধন লাভ কৰা ছাত্ৰীয়েও লাভ নকৰিব স্কুটী।