WATCH | Doom Dooma News : ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে উঠিছে নির্বাচনী বিধি উলঙঘা কৰাৰ গুৰুতৰ অভিযোগ
ডুমডুমা,১মে’ : ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে উঠিছে নির্বাচনী বিধি উলঙঘা কৰাৰ গুৰুতৰ অভিযোগ।
নিৰ্বাচনী প্ৰচাৰ অভিযান শেষ হোৱাৰ পাছটো ডিগবৈ সমষ্টিৰ অন্তৰ্গত বৰহাপজান গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডত বিধায়ক সুৰেন ফুকনে নিৰ্বাচনী প্ৰচাৰ চলোৱা হৈছে বুলি গুৰুতৰ অভিযোগ ৭ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি মৰাণৰ(Doom Dooma News)।
বিধায়ক সুৰেন ফুকন আৰু জোনমণি মৰাণৰ লগতে ৰাইজৰ মাজত বাকযুদ্ধ।
লগতে পঢ়ক : WATCH | HS Result : ফেৰীৱালাৰ জীয়ৰী ৰৌজিনা খাতুনৰ সাফল্য