Local, Vocal, Global

WATCH | Doom Dooma News: পেঙেৰী খাটাংপানী আঞ্চলিক বন কাৰ্যালয়ৰ বৃহৎ সাফল্য

ডুমডুমা,৯মাৰ্চ : পেঙেৰী খাটাংপানী আঞ্চলিক বন কাৰ্যালয়ৰ বৃহৎ সাফল্য।

পেঙেৰী খাটাংপানী আঞ্চলিক বন কাৰ্যালয়ৰ বন বিষয়া ইনচাৰ্জ শ্ৰৱণ শইকীয়াৰ নেতৃত্বত চলা অভিযানত আটক এগৰাকী দুৰ্ধৰ্ষ চোৰাং চিকাৰী।

চোৰাং চিকাৰী পৰা উদ্ধাৰ মাটিত পুতি থকা অৱস্থাত বনৰীয়া হাতীৰ দুটাকৈ দাঁত(Doom Dooma News)।

দুৰ্ধৰ্ষ চোৰাং চিকাৰীটো হ’ল বৰডুমচা কৰিয়াজান মেলটিৰি বস্তিৰ পাস্কেল বেংৰা।

পাস্কেল বেংৰাই দীৰ্ঘদিনৰ পৰাই আছিল চোৰাং চিকাৰী লগত জড়িত ।

সংৰক্ষিত বনাঞ্চল সমূহত চোৰাং চিকাৰীৰ কবলত পৰি ইতিমধ্যেই নিঃশেষ হৈছে বনৰীয়া জন্তু।

লগতে পঢ়ক : WATCH | International Women’s Day 2025: নাৰী দিৱস উপলক্ষে হাটশিঙিমাৰীস্থিত জিলা পেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন