Local, Vocal, Global

WATCH | Doom Dooma News : দুলীয়াজানৰ ঘটনাৰ সন্দৰ্ভত মন্তব্য বীৰ লাচিত সেনাৰ নেতৃত্বৰ

ডুমডুমা,২২মে’ : দুলীয়াজানৰ ঘটনাৰ সন্দৰ্ভত মন্তব্য বীৰ লাচিত সেনাৰ নেতৃত্বৰ।

কাইলৈ দুলীয়াজান অচল কৰি দি‌য়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ যুটীয়া সচিব অভিশেষ বৰাৰ।

অসমীয়াক তাচিল্য কৰা তনু শ্বাহীক গ্ৰেপ্তাৰ নকৰিলে ভয়ংকৰ পৰিস্থিতি হ’ব বুলি মন্তব্য নেতা গৰাকীৰ(Doom Dooma News)।

বিভিন্ন দল-সংগঠনৰ উদ্যোগত দুলীয়াজানবাসীৰ সহযোগত কাইলৈ কপিব দুলীয়াজান।

লগতে পঢ়ক : WATCH | Sensational incident : মুখ্যমন্ত্ৰীলৈ চুইচাইড নোট লিখি ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে