Doctor from GMCH Attacked : মহানগৰীৰ ভঙাগড়ত চিকিৎসকক আক্ৰমণ

নিউজ ডেস্ক,২৩জানুৱাৰী : মহানগৰীৰ ভঙাগড়ত চিকিৎসকক আক্ৰমণ।
কেঁচীৰে আক্ৰমণ কৰিলে চিকিৎসকক।
আক্ৰমণ কৰা চিকিৎসকজন হিমাংশু ৰাজবংশী(Doctor from GMCH Attacked)।
GMCHত ভৰ্তি কৰোৱা হৈছে চিকিৎসকজনক।
আক্ৰমণকাৰী কল ব্যৱসায়ী যুৱক ইমদাদুল হকক আটক(Doctor from GMCH Attacked and Injured By Banana Seller At Bhangagarh)।
লগতে পঢ়ক :Heroin worth Rs 2 crore seized: মানকাচৰত জব্দ ২ কোটি টকাৰ হেৰ’ইন