Local, Vocal, Global

Doctor commits suicide in Charaideo : চিকিৎসকৰ চৰম পথ;কিন্তু কিয় চিকিৎসকে বাছি ল’লে চৰম পথ?

সোণাৰি,২৫জুলাই : চিকিৎসকৰ চৰম পথ । কিন্তু কিয় চিকিৎসকে বাছি ল’লে চৰম পথ ?

চৰাইদেউৰ সাপেখাতীত সংঘটিত হৈছে এক অঘটন(Doctor commits suicide in Charaideo) ।

সাপেখাতীত এগৰাকী চিকিৎসকে বাছি ললে চৰম পথ । নিজ চৰকাৰী আৱাসগৃহৰ ফেনত উলমি থকা অৱস্থাত উদ্ধাৰ চিকিৎসকক।

জানিব পৰা মতে, সাপেখাতী আদৰ্শ চিকিৎসালয়ৰ কোঠাতে চিপ লৈ আত্মহত্যা কৰে মণি তামাং নামৰ চিকিৎসক গৰাকীয়ে ।

মৃত চিকিৎসকগৰাকী সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক ৰূপে নিয়োজিত হৈ আছিল । চিকিৎসক গৰাকীৰ ঘৰ সাপেখাতীৰ কুৱৰীপথাৰত।

লগতে পঢ়ক :14 year old boy dies after falling into River : সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ মৃত্যু ছাত্ৰৰ