WATCH | Doboka News : অশ্লীল ছবিৰ নায়িকা বনালে পত্নীক স্বামীয়ে
ডবকা,১৩এপ্ৰিল : ছিঃ কি নিলাজ স্বামী । অশ্লীল ছবিৰ নায়িকা বনালে পত্নীক স্বামীয়ে । টকাৰ লালসাত স্বামীয়ে পত্নীৰ সৈতে কৰি আহিছিল নিকৃষ্ট কাণ্ড।
স্বামী-স্ত্ৰীৰ কাণ্ডত লজ্জিত সমগ্ৰ হোজাইবাসী(Doboka News)।
এইজন হৈছে আশিকুল ইছলাম। আশিকুল ইছলাম হৈছে আইনৰ ছাত্ৰ। আইনৰ ছাত্ৰ হৈ ভয় নকৰে আইনক। সহজে ধন ঘটাৰ লালসাত পত্নীৰ সৈতে কৰি আহিছিল পৰ্ণ ভিডিও। পৰ্ণ ভিডিঅ’ৰ নায়িকা আছিল নিজৰে পত্নী।
আছিকুলৰ ঘৰ ডবকাৰ ৰৌৱাৰ পাৰত। আছিকুলে পত্নীৰ সৈতে কেইবাটাও অশালীন ভিডিঅ’ নিৰ্মাণ কৰি আপলোড কৰিছিল সামাজিক মাধ্যমত। স্বামী-স্ত্ৰীৰ এনে নিকৃষ্ট ভিডিও পোহৰলৈ অহাৰ পাছতেই লজ্জিত হৈ পৰিছে অঞ্চলবাসী। লজ্জিত অঞ্চলবাসী ৰাইজে উপায়ন্তৰ অৱশেষত পতি-পত্নীৰ গ্ৰেপ্তাৰৰ দাবীত মোৰাঝাৰ আৰক্ষীক অৱগত কৰে। আৰক্ষীক অৱগত কৰাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আছিকুলক।
আছিকুলক গ্ৰেপ্তাৰ কৰাৰ পাছতেই আছিকুলৰ বাসগৃহত তালাচী চলাই অশ্লীল ভিডিওৰ পৰা উপাৰ্যন কৰা ১লাখ ২৫ হাজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। ইফালে আছিকুলৰ পত্নীয়ে অভিযোগ তুলিছে যে ভয় ভাবুকিৰে নিচা জাতীয় দ্ৰব্য সেৱন কৰাই এনে নিকৃষ্ঠ কাণ্ড কৰে আছিকুলে । পত্নীয়ে অমান্তি হলেই হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ পত্নীৰ।
লগতে পঢ়ক :WATCH | Bohag Bihu: মাখিয়তী গছৰ বিষয়ে আপুনি জানেনে?