Local, Vocal, Global

Watch | Doboka aamsu protest: কলা দিৱস পালন আমছুৰ

গুৱাহাটী: কলা দিৱস পালন আমছুৰ। কলা বেজ পৰিধান কৰি পালন কৰে কলা দিৱস। ১৯৮৩ চনৰ ১৮ ফেব্ৰুোৱাৰী তাৰিখে নেতীত সংঘটিত হোৱা গণ হত্যাৰ বাবে কলা বেজ পৰিধান সাৱস্ত কৰে প্ৰতিবাদ । আজি ডবকাৰ চাংমাজি আশ্ৰয় শিবিৰত আমছুৱে কলা বেজ পৰিধান কৰি সাৱস্ত কৰে প্ৰতিবাদ । মৃতলোকৰ আত্মাৰ সদগতি কামনা কৰি মহান আল্লাহৰ ওচৰত দোৱা কৰে । লগতে হত্যা কাণ্ড সংঘটিত কৰাৰ লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ আহব্বান জনাই চৰকাৰক ।