Watch | District of the state has issued a red alert for heavy rainfall: ৰাজ্যৰ জিলাই জিলাই প্ৰচণ্ড বৰষুণৰ ৰেড এলাৰ্ট জাৰি
নিউজ ডেস্ক : ৰাজ্যৰ জিলাই জিলাই প্ৰচণ্ড বৰষুণৰ ৰেড এলাৰ্ট জাৰি। নিশাৰে পৰা ৰাজ্যৰ ভিন্ন প্রান্তত অব্যাহত মুষলধাৰ বৰষুণ। নেৰানেপেৰা বৰষুণৰ পিছতে গুৱাহাটীৰ লগতে ভিন্ন প্রান্তত শোচনীয় অৱস্থা। পৰাপক্ষত আজি ঘৰৰ বাহিৰলৈ নোলাব। সলনি হৈছে বতৰ, ৰাজ্যৰ প্রান্তে প্রান্তে কালৰূপ ল’ব বতৰে। পুনৰ ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতর্কবাণী জাৰি।
কোন কোন জিলাৰ জনতালৈ ভয়ংকৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ?
গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া,ডিমাহাচাও, কাছাৰ, হাইলাকান্দি, শ্রীভূমি জিলাত জাৰি এলাৰ্ট।
ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ,চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, নলবাৰী, কামৰূপ,কামৰূপ (মেট্ৰ’), নগাঁও, পশ্চিম কার্বি-আংলং, কার্বি-আংলং।