Local, Vocal, Global

Director of Kaziranga refused the killing of Rhino : কাজিৰঙাত গঁড় নিধন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কাজিৰঙাৰ সঞ্চালিকাৰ

নিউজ ডেস্ক, ২৩মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গড় । মৃত গড় উদ্ধাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কাজিৰঙাৰ সঞ্চালিকাই(Director of Kaziranga refused the killing of Rhino) ।

চোৰাং চিকাৰীয়ে গঁড় নিধন কৰা নাই বুলি মন্তব্য কৰিলে কাজিৰঙাৰ সঞ্চালিকা সোণালী ঘোষে। অন্য গড়ঁৰ সৈতে হোৱা সংঘাতৰ ফলতহে গড়ঁটোৰ মৃত্যু হোৱা দাবী কৰে সঞ্চালিকাগৰাকীয়ে। গড়ঁৰ খৰ্গটো অক্ষত অৱস্থাত আছে বুলিও কয় ঘোষে(Director of Kaziranga refused the killing of Rhino)।

চোৰাং চিকাৰীয়ে গড়ঁ নিধন কৰা খবৰ উৰাবাতৰি আখ্যা সঞ্চালিকা সোণালী ঘোষৰ।প্ৰথম অৱস্থাত চোৰাংচিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ কৰিছিল যদিও পাছত বন বিভাগৰ অনুসন্ধান আৰু পৰ্যবেক্ষণত প্ৰকৃত ঘটনা পোহৰলৈ আহে।

লগতে পঢ়ক : Wild Elephanat death in Jagiroad : জাগীৰোডত বনৰীয়া হাতীৰ কৰুণ মৃত্যু