Local, Vocal, Global

WATCH | Dinesh Sharma: পাকিস্তানৰ আক্ৰমণত শ্বহীদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ শৰ্মা

নিউজ ডেস্ক,৮মে’ : পাকিস্তান সেনাৰ আক্ৰমণত ছহিদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ। 5FD ৰেজিমেণ্টত নিযুক্ত আছিল লেন্স নায়ক দীনেশ কুমাৰ শর্মা। হাৰিয়ানাৰ পালৱাল জিলাৰ হোদালৰ হাছানপুৰ চহৰৰ নাংলা মহম্মদপুৰ গুলাৱদ নিবাসী দীনেশ কুমাৰ শৰ্মা(Dinesh Sharma)।

দেশৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া ৩০ বছৰীয়া শ্বহীদ দীনেশ কুমাৰ শৰ্মাক জম্মু-কাশ্মীৰৰ পুঞ্চ ৰাজৌৰী সীমান্তত কৰ্মৰত আছিল। শ্বহীদ দীনেশৰ পত্নী সীমা পেছাত এগৰাকী অধিবক্তা। ৫ ককাই-ভাই ভিতৰত জ্যেষ্ঠ আছিল শ্বহীদ দীনেশ কুমাৰ শর্মা। দীনেশ কুমাৰ দুগৰাকী ভাতৃ আৰু তিনিজন খুলশালীয়েকে সেনাবাহিনীত নিয়োজিত হৈ দেশৰ সেৱা কৰি আছে।

লগতে পঢ়ক : WATCH | Heavy Storm : হঠাৎ বতৰে ধাৰণ কৰিছে কালৰূপ