Local, Vocal, Global

WATCH | Dilip Saikia : চৰাইদেউ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

সোণাৰি,১১জুন : ২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তুংগত উঠিছে চৰাইদেউ জিলা বিজেপিৰ প্ৰস্তুতি । চৰাইদেউ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া(Dilip Saikia)।

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত উপস্থিত হৈয়ে বিজেপিয়ে পুনৰ তৃতীয়তো কাৰ্যকাল লাভ কৰিব বুলি মন্তব্য সভাপতি গৰাকীৰ। শাসনৰ সলনি বিজেপিয়ে ৰাইজৰ সেৱাত হে মনোনিবেশ কৰিছে বুলি মন্তব্য সভাপতি দিলীপ শইকীয়াৰ।

লগতে পঢ়ক : WATCH | Assam Mid-day Meal Cooks and Helpers Association protested : খানাপাৰাত ৰান্ধনী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ