WATCH | Dilip Saikia : শিৱসাগৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
শিৱসাগৰ,১০জুন : শিৱসাগৰত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ।
শিৱসাগৰ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব ৰাজ্যিক সভাপতি গৰাকীয়ে ।
কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ পূৰ্বে ঐতিহাসিক শিৱদৌল প্ৰাংগনৰ পৰা এক সমদলেৰে তেওঁক শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত কালীপ্ৰসাদ মেমৰিয়েল হলত অনুষ্ঠিত হ’বলগীয়া কাৰ্যনিৰ্বাহক সভালৈ আদৰি নিয়া হ’ব(Dilip Saikia)।
*বিয়লি চাৰি বজাত এখন সংবাদমেল সম্বোধন কৰিব বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ।
লগতে পঢ়ক :WATCH | Erosion in Dibrugarh : চাবুৱা বালিজানত ভয়ংকৰ গৰাখহনীয়া