WATCH | Dilip Saikia : সভাপতি দিলীপ শইকীয়াই দেখাই দিলে নিজৰ ক্ষমতা
নলবাৰী,১৭মে’ : সভাপতি দিলীপ শইকীয়াই দেখাই দিলে নিজৰ ক্ষমতা। এমাহত বুজাই দিলে নিজৰ ক্ষমতা।
খঙত অগ্নি শৰ্মা হৈ সভাপতি দিলীপ শইকীয়া মুখ্যমন্ত্ৰীৰ আগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাজহুৱা ভাৱে ধমকি দিছিল(Dilip Saikia)। বাঁহজানীৰ পূৰ্বৰ মণ্ডল সভাপতি আছিল মিন্টু তামুলী। মিন্টু তামুলীৰ বাবেই বহু সময় বাহিৰত ৰৈ থাকিব লগা সভাপতি দিলীপ শইকীয়াই। তাৰমজতে খঙত অগ্নিশৰ্মা হৈ মুখ্যমন্ত্ৰীৰ আগতেই কি কৈছিল এবাৰ চাই লওক
এই অপমান সহ্য কৰিব নোৱাৰি এমাহহতে বাঁহজানী মণ্ডল বিজেপিৰ নতুন সভানেত্ৰী নিযুক্তি কৰিলে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশৰ এমাহৰ পিছতেই পূৰ্বৰ মণ্ডল সভাপতি মিন্টু তামুলীৰ ঠাইত নিযুক্তি দিয়া হল চপলা মেধি ৰাজবংশীক ৷
লগতে পঢ়ক : WATCH | Tiranga yatra : অপাৰেশ্যন সিন্দূৰৰ সফলতা লৈ শিৱসাগৰত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা