WATCH | Dilip Saikia : ‘অনুশাসন প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, কাৰ্যকৰ্তা সকলোৰে বাবে সমান’
নিউজ ডেস্ক,১৭এপ্ৰিল : ‘অনুশাসন প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, কাৰ্যকৰ্তা সকলোৰে বাবে সমান’
‘নলবাৰীৰ ঘটনাটোৱে বিজেপি দলটোক অধিক শক্তিশালী, শৃংখলাবদ্ধহে কৰিব’
‘একাংশই ইয়াক ৰাজনৈতিক বাতাবৰণৰ ৰূপ দিব বিচাৰিছে’
নলবাৰীৰ ভাইৰেল ভিডিঅ’ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ(Dilip Saikia)
লগতে পঢ়ক : WATCH | Mangaldoi News : আমৰণ অনশনত বহিল দৰং জিলা কংগ্ৰেছৰ সভাপতি