WATCH | Dilip Saikia : ‘ৰূপজ্যোতি কুৰ্মীয়ে কৰা কামৰ অনুশোচনা কৰিব । আৰু অনাগত দিনত যাতে এনে আচৰণ নকৰে । তাৰ বাবে আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ”
মঙলদৈ,২২মাৰ্চ : “বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অসম বিধানসভাৰ যি আচৰণ সেই আচৰণ অসম জনতাই বেয়া পাইছে”। জনতাই বেয়া পোৱা কাম কোনো জন প্ৰতিনিধিয়ে কৰিব নালাগে”। ৰূপজ্যোতি কুৰ্মীয়ে কৰা কামৰ অনুশোচনা কৰিব ।আৰু অনাগত দিনত যাতে এনে আচৰণ নকৰে । তাৰ বাবে আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ”(Dilip Saikia) ।
বিজেপিৰ বিধায়ক ৰূপজ্যেতি কুৰ্মীয়ে বিধানসভাৰ মজিয়াত কৰা অভব্য আচৰন সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া ৷
ইপিনে বিধায়ক মনোৰঞ্জন তালুকদাৰে হেভী মাল ফোন যোগে এগৰাকী ব্যক্তিক দাবী কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে বিজেপিৰ সভাপতি গৰাকীয়ে ৷
বাওপন্থী বিচাৰৰ ক্ষেত্ৰত এক প্ৰচণ্ড আঘাট ৷ অসম বিধানসভাত মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে ভৎসনা প্ৰস্তাব আনিব লাগে ৷ ভয়চটো ফৰেনচিকত পঠালে দুধ কা দধ পানী কা পানী হব ৷ যদি তালুকদাৰৰ ভয়চ হয় তেনেহলে সদনৰ পৰম্পৰা অনুসৰি তেওঁৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহন কৰিবলৈ অধ্যক্ষক আহ্বান জনায় ৷
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ৰাজ্যৰ কোচিং ইনষ্টিটউক লৈ আহি গ’ল নিৰ্দেশনা