Dilip Moran, former BJP MLA from Doomdooma constituency, meets Bhupen Bora : ভূপেন বৰাক সাক্ষাৎ ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰ

নিউজ ডেস্ক,৫আগষ্ট : নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি ত্যাগ কৰাৰ পাছতে এইবাৰ আন এগৰাকী প্ৰাক্তন বিধায়কে বিজেপি এৰাৰ চিন্তা-চৰ্চা কৰিছে।
ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক তথা দলৰ ৰাজ্যিক প্ৰাক্তন উপসভাপতি দিলীপ মৰাঙৰ সাক্ষাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাক।
সোমবাৰে পুৱাই ভুপেন বৰাৰ বাসগৃহত উপস্থিত হয় প্ৰাক্তন বিধায়কগৰাকী । প্ৰাক্তন বিধায়কগৰাকী উপস্থিত হৈ বহু সময় ধৰি আলোচনাত মিলিত হয়।শীঘ্ৰেই দিলীপ মৰাণৰ কংগ্ৰেছত যোগদানৰ সম্ভাৱনা(Dilip Moran, former BJP MLA from Doomdooma constituency, meets Bhupen Bora)।
লগতে পঢ়ক : Weapon Seized in Sivasagar : শিৱসাগৰত পিষ্টলসহ গ্ৰেপ্তাৰ যুৱক