WATCH | Dibrughar News : ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ সমিপত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিবাদ
ডিব্ৰুগড়,২৮জুন : ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ সমিপত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এই প্ৰতিবাদ। প্ৰতিবাদত অংশ গ্ৰহণ আছু নেতৃত্ব,আন জাতীয় সংগঠন, সচেতন ব্যক্তিৰ। জয়ন্ত মল্লৰ বিৰুদ্ধে, ক্ষোভ,শ্লোগান(Dibrughar News)।
ডিব্ৰুগড়ত সাংবাদিকৰ সিদ্ধান্ত, ৰাজহুৱাকৈ ক্ষমা নোখোজালৈকে ডিব্ৰুগড়ৰ সাংবাদিকে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ সকলো কাৰ্যসূচী বৰ্জন কৰিব।
আজি ক’লা বেজ পৰিধান কৰি বাতৰি সংগ্রহ কৰাৰ সিদ্ধান্ত। সংবাদ মেলত সাংবাদিকক অপমানসূচক মন্তব্য কৰাৰ পাছতে ডিব্ৰুগড়ৰ থানা চাৰিআলিত সাংবাদিকৰ আন্দোলন।
লগতে পঢ়ক : WATCH | Rangia News : নিশা ৰঙিয়াত খন্তেকৰ বাবে দৰ্শন কৰে গুৰু প্ৰেমানন্দই