Local, Vocal, Global

WATCH | Dibrughar News : মৰণফাণ্ডলৈ পৰিণত হৈছে ডিব্ৰুগড়ৰ পদপথ

ডিব্ৰুগড়,২১মে’ : চুপ্ৰিম কৰ্টৰ নিৰ্দেশ অনুসৰি পদপথবোৰ মুকলি হৈছে যদিও মৰণফাণ্ডলৈ পৰিণত হৈছে ডিব্ৰুগড়ৰ পদপথ । ডিব্ৰুগড়ৰ কে চি গগৈ ৰোডত ফুটপাঠত সোমাল বিদ্যালয়ৰ পৰা সন্তানক আনিবলৈ যোৱা অভিভাৱক( Dibrughar News)।

জানিব পৰা মতে, কে চি গগৈ ৰোডৰ পদপথেৰে গৈ থাকোতে হাতৰ পৰা মবালটো ফুটপাঠত নলাত সোমাই পৰে। নিজৰ মবাইলটো উলিয়াবলৈ চেষ্টা কৰি থাকোতেই নিজেই সোমাই পৰে নলাত। ওলাই অহাৰ কোনো বাটেই নোহোৱা হোৱাত,অভিভাৱক জনক উলিয়াই আনিবলৈ ৰাইজ একত্ৰিত হৈ ফুটপাঠৰ শ্লেপ ভাঙি উদ্ধাৰ কৰে লোকজনক।

লগতে পঢ়ক: WATCH | Himanta Biswa Sarma :‘শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাটো আইনীভাৱে ভুল নহয়’