WATCH | Dibrughar News : মুৰ্চিবাদৰ ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ
ডিব্ৰুগড়,১৯এপ্ৰিল : মুৰ্চিবাদৰ ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ।
বিশ্ব হিন্দু পৰিষদৰ দাবী মুৰ্চিবাদত ৰাষ্ট্ৰপতি শাসন দিয়ক।
বাংলাদেশী মিঞাৰ সন্ত্ৰাসত নিৰাপত্তাহীনতাত ভূগিছে হিন্দু(Dibrughar News)।
হিন্দুক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত চূড়ান্ত ব্যৰ্থ মমতা বেনাৰ্জী চৰকাৰ।
লগতে পঢ়ক : https://mynewsne.com/boko-accident-2/WATCH | Boko Accident : বকোৰ কেম্পত ভয়ংকৰ পথ দুৰ্ঘটনা;আহত দুজন