Local, Vocal, Global

Watch | Dibrugarh news: ৭ম সংখ্যক ডিব্ৰুগড় জিলা ইণ্টাৰ ক্লাব অপেন কিক বক্সিং চেম্পিয়নশ্বিপ ২০২৫

ডিব্ৰুগড়: ডিব্ৰুগড়ত নিৰ্ভিক ক্ৰীড়া যুদ্ধ কলা আৰু আত্মৰক্ষা একাডেমীৰ উদ্যোগত ৭ম সংখ্যক ইণ্টাৰ ক্লাব অপেন কিক বক্সিং চেম্পিয়নশ্বিপ ২০২৫ প্ৰতিযোগিতা আয়োজন কৰা হৈছে । ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত দুৰ্গা মন্দিৰত এই ইণ্টাৰ ক্লাব অপেন কিক বক্সিং চেম্পিয়নশ্বিপ ২০২৫ অনুষ্ঠিত কৰা হয় । এই ইণ্টাৰ ক্লাব অপেন কিক বক্সিং চেম্পিয়নশ্বিপ ২০২৫ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰ লগতে অন্যান্য জিলাৰ পৰা অহা শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Watch | Mushalpur Keot Jatiya meeting : কেওঁট সকলক অনুসূচিত জাতিৰ মৰ্যদা প্ৰদানৰ দাবী