Local, Vocal, Global

WATCH | Dibrugarh News : দেশজুৰি ম’কড্ৰিলৰ ব্যৱস্থা চৰকাৰ-প্ৰশাসনৰ

ডিব্ৰুগড়,৭মে’ : সমগ্ৰ দেশত যুদ্ধৰ আখৰা। পাকিস্তানৰ বিৰুদ্ধে সামৰিক অভিযান ভাৰতৰ।

দেশজুৰি ম’কড্ৰিলৰ ব্যৱস্থা চৰকাৰ-প্ৰশাসনৰ(Dibrugarh News)।

অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত যুদ্ধত আকাশ মাৰ্গেৰে আক্ৰমণৰ সময়ত ল’বলগীয়া প্ৰতিৰক্ষা সৰ্ম্পকত এক ম’কড্ৰিলৰ কাৰ্যসূচীত কলৰোডত সমবেত জনতা।

লগতে পঢ়ক : WATCH | Kaliabor News : জখলাবন্ধা এল, পি স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰিলে চামগুৰি বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই