Local, Vocal, Global

WATCH | Dibrugarh News : ব্যক্তিগতকৰণৰ দিশে দেশৰ ৰাজহুৱা খণ্ডৰ টেলিকম প্ৰতিষ্ঠান BSNL

ডিব্ৰুগড়,৫এপ্ৰিল : ব্যক্তিগতকৰণৰ দিশে দেশৰ ৰাজহুৱা খণ্ডৰ টেলিকম প্ৰতিষ্ঠান BSNL।

বিএছএনএলক পুনৰুজ্জীৱিতকৰণৰ দাবী(Dibrugarh News)।

বিএছএনএলৰ পেঞ্চনাৰসকলৰ বিভিন্ন দাবীক লৈ সৰৱ সৰ্বভাৰতীয় বিএছএনএল ডিঅ’টি পেঞ্চনাৰ সন্থা।

ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সপ্তম সদৌ অসম দ্বি-বাৰ্ষিক চক্ৰ সন্মিলন।

লগতে পঢ়ক : WATCH | Rongali Bihu 2025 : ধিঙত ৰঙালী বিহুক আদৰিবলৈ ৰাম কৃষ্ণ বাদ্য ভাণ্ডাৰ ব্যস্ততা