WATCH | Dibrugarh News : ডিব্ৰুগড় শ্বহীদ ন্যাসত আছুৰ সংবাদমেল

ডিব্ৰুগড়,৩এপ্ৰিল : ডিব্ৰুগড় শ্বহীদ ন্যাসত আছুৰ সংবাদমেল। সংবাদমেল সম্বোধন জিলা ছাত্র সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ, ডিব্ৰুগড় ছাত্র সন্থাৰ সভাপতি তনুজ শালৈ, সাধাৰণ সম্পাদক পাপু শইকীয়াৰ ।
ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব আছুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন।
চৌকিডিঙ্গি খেলপথাৰত ২৮, ২৯ আৰু ৩০ এপ্ৰিলত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন(Dibrugarh News)।
কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ সংগীতানুষ্ঠান হ’ব ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত।
দুই বিশিষ্ট ব্যক্তিক ডিব্ৰুগড় আছুৱে প্ৰদান কৰিব ডিব্ৰু সন্মান।
সাহিত্যিক ড০ নগেন শইকীয়া আৰু বিশিষ্ট শিল্পী বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰা হ’ব ডিব্ৰু সন্মান।
মুকলি সভাত উপস্থিত থাকিব জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতা।
উপস্থিত থাকিব উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংগঠনৰ নেতৃত্ব।
লগতে পঢ়ক :WATCH | Goreswar News : দিগন্ত কলিতাৰ বিৰুদ্ধে সৰৱ জ্যেষ্ঠ কংগ্ৰেছী মতলেবউদ্দিন আহমেদ