WATCH | Dibrugarh News : ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সভাপতি পদত নিৰ্বাচিত অশোক ওৰাং
ডিব্ৰুগড়,৩০মাৰ্চ : ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সভাপতি পদত নিৰ্বাচিত অশোক ওৰাং।
ডিব্ৰুগড়ৰ বিহিয়াটিং বাগিচাত উষ্ম আদৰণি অশোক ওৰাঙক(Dibrugarh News)।
BCMSৰ দায়িত্ব লাভ কৰিয়েই কি ক’লে অশোক ওৰাঙে।
লগতে পঢ়ক : WATCH | PM Modi Nagpur Visit : RSSৰ মুখ্য কাৰ্যালয়ত মোহন ভাগৱতৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী