WATCH | Dibrugarh News : সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ৰাইজৰ দলৰ প্ৰতিবাদ
ডিব্ৰুগড়,২৯মাৰ্চ : সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ৰাইজৰ দলৰ প্ৰতিবাদ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ(Dibrugarh News)।
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি ডিব্ৰুগড়ত প্ৰতিবাদ ৰাইজৰ দলৰ।
সংবাদ মাধ্যমৰ বাক্ স্বাধীনতা খৰ্ব কৰাৰ অভিযোগ।
লগতে পঢ়ক : WATCH | Rabha Hasong Autonomous Council: ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন