Local, Vocal, Global

WATCH | Dibrugarh News : সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ ডিব্ৰুগড়ত

ডিব্ৰুগড়,২৬মাৰ্চ : সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ ডিব্ৰুগড়ত। ডিব্ৰুগড় প্ৰেছ ক্লাব, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে চৌকিদিঙী চাৰিআলিত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ জনায়(Dibrugarh News)।

ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে সাংবাদিক গৰাকীক বিনা চৰ্তত মুকলিৰ দাবী জনায়।

লগতে পঢ়ক : WATCH | Mangaldoi News : মঙলদৈত ‘অসম মালা’ আঁচনি এতিয়া মৰণ ফাণ্ডত পৰিণত হৈছে