Local, Vocal, Global

WATCH | Dhing News : ধিং FRUৰ উপ অধীক্ষক ড০ মুকুট বৰাৰ গুণ্ডা গিৰি

ধিং,১৭এপ্ৰিল : ধিং FRUৰ উপ অধীক্ষক ড০ মুকুট বৰাৰ গুণ্ডা গিৰি ।

কৰ্তব্যৰত এগৰাকী নাৰ্চক ডিঙিত ধৰি চুচৰাই শাৰীৰিক ভাবে অপদস্থ কৰে উপ অধীক্ষক গৰাকীয়ে।

নাৰ্চ গৰাকী চৰাইদেউ জিলাৰ মন্দিতা বৰুৱা।

চিকিৎসক গৰাকীৰ অভব্য আচৰণত অতিষ্ট হৈ পৰিছে চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকল(Dhing News)।

চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কান্দি কান্দি মুখ্যমন্ত্রীক আহ্বান জনালে ভুক্তভোগীয়ে।

চিকিৎসালয়ত সংঘটিত এই ঘটনাক লৈ ক্ষোব্ধ স্থানীয় লোক।

ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নাৰ্চ মন্দিতা বৰুৱাই।

লগতে পঢ়ক : WATCH | Rongali Bihu 2025: অব্যাহত আছে ৰাজ্যজুৰি ৰঙালী বিহুৰ উছাহৰ ঢল