Local, Vocal, Global

WATCH | Dhing News : ধিং বজাৰৰ মাজমজিয়াত চুৰিকাণ্ডৰ ঘটনা

ধিং,২৩জুন : ধিং বজাৰৰ মাজমজিয়াত চুৰিকাণ্ডৰ ঘটনা।

একে নিশাই কেইবাখনো দোকানত চোৰৰ চাফাই অভিযান।

চোৰে চুৰি কৰা সমগ্র দৃশ্য বন্দী চি চি টিভি কেমেৰাত(Dhing News)।

ধিং বজাৰৰ “নাথ ৱাইন বাৰ কাম ৰেষ্টোৰেণ্ট” আৰু “মা ড্ৰাগচ ডিষ্টিবিউটৰ” নামৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা চোৰে টিনপাত কাটি এচি বোৰ্ড ভাঙি ভিতৰত প্ৰবেশ কৰি লৈ গল নগদ ধন সহ মূল্যবান সা-সামগ্ৰী ।

লগতে ধিং সাৰ্বজনীন পূজা মন্দিৰতো চলিল চুৰৰ ছাফাই অভিযান ।

মন্দিৰৰ চি চি টিভিৰ লগতে ভাঙি নিলে মন্দিৰৰ দানপাত্ৰও।

লগতে পঢ়ক : WATCH | Nalbari News : বৰক্ষেত্ৰীবাসীৰ বাবে সুখবৰ! মুকালমুৱাত শুভাৰম্ভ হ’ব মাছা ফুটবল একাডেমী