Local, Vocal, Global

WATCH | Dhing News : ৭ নং উপৰ ডুমডুমীয়া গাঁও পঞ্চায়তৰ বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী পূৰ্ণানন্দ দাস বিপুল ভোটত জয়লাভ

ধিং,১২মে’ : পঞ্চায়তৰ প্ৰাৰ্থী পূৰ্ণানন্দ দাস বিপুল ভোটত বিজয়ী। পঞ্চায়ত নিৰ্বাচনত উপৰ ডুমডুমীয়া গাঁও পঞ্চায়ত নির্বাচনত ৭নং ৱাৰ্ডৰ বিজেপি দলৰ সমৰ্থিত সদস্য প্ৰাৰ্থী পূৰ্ণানন্দ দাস বিপুল ভোটত বিজয়ী হোৱাত গাঁৱখনত এক বিজয় উৎসৱৰ পৰিলক্ষত হয়(Dhing News)।

ইপিনে পূৰ্ণানন্দ দাসক এইবাৰ উপৰ ডুমডুমীয়া গাঁও পঞ্চায়তৰ সদস্য প্ৰাৰ্থী হিচাবে ৰাইজে বিপুল ভোটত বিজয়ী কৰিবলৈ ৱাৰ্ডৰ সকলো ৰাইজ উঠি পৰি লাগিছিল আৰু তাৰ ফলস্বৰূপে তেখেতে আজি ৰাইজৰ আৰ্শীষ লৈ ৱাৰ্ডটোৰ পৰা বিপুল ভোটত বিজয়ী হৈ ৱাৰ্ডটো বিভিন্ন সমস্যাৰ নিৰ্মূল কৰাৰ লগতে নিৱনুৱা যুৱক-যুৱতী কৰ্ম সংস্থাপন দিয়া লগতে অঞ্চলটো দুখীয়া তথা যোগ্য হিতাধিকাৰীক নিৰ্বাচিত কৰি বিভিন্ন চৰকাৰী সা-সুবিধা দিয়া হব বুলি উল্লেখ কৰে । সেয়েহে ৰাইজেও এইবাৰ ৱাৰ্ডটোৰ পৰা পূৰ্ণানন্দ দাস বিজয়ী কৰায় ।

লগতে পঢ়ক : WATCH | Jamugurihat News :জামুগুৰিহাটত নদুৱাৰ নাথ যোগী সন্মিলনীৰ শতবৰ্ষ অনুষ্ঠানৰ শুভাৰাম্ভ