Local, Vocal, Global

WATCH | Dhing News : সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামনি বৰাৰ গাড়ী আক্ৰমন কৰা দুৰ্বৃত্তক চিনাক্ত অসম আৰক্ষীৰ

ধিং,২৮এপ্ৰিল : সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামনি বৰাৰ গাড়ী আক্ৰমন কৰা দুৰ্বৃত্তক চিনাক্ত অসম আৰক্ষীৰ।

মুল অভিযুক্ত দুদিন পূৰ্বে কংগ্ৰেছ দলৰ পৰা বহিস্কৃত হোৱা ইমদাদুল ইছলাম । ঘৰ মৰিগাওঁ জিলাৰ ভূৰাগাৱঁত(Dhing News)।

আজি বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হৈ অসম আৰক্ষীৰ আই জি পি অখিলেশ কুমাৰ সিং আৰু নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সাংবাদিকৰ আগত মন্তব্য কৰে।

লগতে পঢ়ক : WATCH | Sivsagar News : পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে কঁপি উঠিল উজনি অসম