WATCH | Dhemaji News:ধেমাজি জিলা বিজেপি মুখ্য কাৰ্যালয়ত নাগৰিক সভা
ধেমাজি,২২ফেব্ৰুৱাৰী : ধেমাজি জিলা বিজেপি মুখ্য কাৰ্যালয়ত নাগৰিক সভা। আজি উক্ত সভাত বিকশিত ভাৰত সমৃদ্ধ কেন্দ্ৰীয় বাজেট ২০২৫-২০২৬ সন্দৰ্ভত আলোচনা কৰা হয়।
লগতে আগন্তুক দিনত ৰাষ্ট্ৰীয় দল টোক আগুৱাই নিয়া লক্ষ্যৰে সাধাৰণ ৰাইজৰ বিভিন্ন সমস্যা বিষয়ৰ আলোচনা ওপৰত আগন্তুক বাজেটৰ সন্দৰ্ভত জিলাৰ একাংশ জ্যেষ্ঠ নাগৰিক পৰা পৰামৰ্শ লোৱা হয় ।
আজি উক্ত সভাত লখিমপুৰৰ বিধায়ক মানৱ ডেকা,জিলা বিজেপি সভানেত্ৰীৰ ৰূপা কামান ,জিলা সমিতিৰ বিষয় ব্বীয়া সকল ,ৰাজ্যিক সমিতিৰ বিষয় ব্বীয়া সকল , মণ্ডল সমিতিৰ বুথ সমিতিৰ বিজেপি নেতা কৰ্মী সকল জিলাৰ জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে(Dhemaji News)।
লগতে পঢ়ক :WATCH | Gaurav Gogoi: ‘চৰকাৰে অভিযোগ আনিলে নহ’ব তথ্যও থাকিবৰ লাগিব’ : গৌৰৱ গগৈ