WATCH | Dhemaji News : ধেমাজি নগৰত গীৰ গাইক লৈ জিলা কংগ্ৰেছৰ উদ্যোগত উত্তাল প্ৰতিবাদ
ধেমাজি,৩০জুন : ধেমাজি নগৰত গীৰ গাইক লৈ জিলা কংগ্ৰেছৰ উদ্যোগত উত্তাল প্ৰতিবাদ।
গৰু খুটি প্ৰকল্প লৈ চৰকাৰীভাৱে অনা গৰু হৰলুকী কৰা অভিযোগ উত্থাপন কৰি অসম চৰকাৰ মন্ত্ৰী আৰু বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে জিলা কংগ্ৰেছ কমিটিয়ে।
গৰু অনা গৰু বিক্ৰী কৰা লগতে বিভিন্ন গুৰুত্ব পূৰ্ণ বিষয়ত তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে(Dhemaji News)।
লগতে গৰু হৰলুকী লগত জৰিত মন্ত্ৰী আৰু বিধায়ক পদত্যাগ দাবী জনাই।
লগতে পঢ়ক :WATCH | Dalgaon News : দলগাঁৱত চাউল চুৰিৰ অভিযোগত শিক্ষকক আটক