WATCH | Dhemaji News : গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰত শাৰীৰিক অনুশীলন শুভ উদ্বোধন অনুষ্ঠান
ধেমাজি,১৫জুন : সন্ধান গ্ৰুপৰ উদ্যোগত গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰত শাৰীৰিক অনুশীলন শুভ উদ্বোধন অনুষ্ঠান ।
আজি উক্ত অনুষ্ঠানত অসম আৰক্ষীৰ লগতে চৰকাৰী বিভিন্ন চাকৰি ক্ষেত্ৰ সহায় হোৱাকৈ গাঁও অঞ্চলত বসবাস কৰা যুৱক যুৱতীক শাৰীৰিক অনুশীলন আৰু বাছনি পৰীক্ষা যোগে কেনেদৰে পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে তাৰে শাৰীৰিক অনুশীলন প্ৰশিক্ষণ শুভ উদ্বোধন কৰা হয়(Dhemaji News)।
বছৰ বছৰ ধৰি যুৱক যুৱতী সকলক আগুৱাই নিয়া ক্ষেত্ৰ শাৰীৰিক অনুশীলন ভাৱে আৰু লিখিত পৰীক্ষা যোগে কেনেদৰে অসম চৰকাৰৰ বিভিন্ন চাকৰিত উত্তীৰ্ণ হ’ব পাৰে তাৰ প্ৰশিক্ষণ বা অনুশীলন প্ৰদান কৰি আহিছিল যদিও পৰীক্ষা ফলাফলৰ পিছত পুনৰ আজি অনুশীলন আনুষ্ঠানিক ভাৱে আৰম্ভ কৰা হয়।
আজি উক্ত অনুষ্ঠানত MAC,CEM পৰমানন্দ চাহিঙীয়া,MAC GM ৰাজু pegu, গোগামুখ ক্ৰিয়া সন্থা বিষয় ববিয়া লগতে অঞ্চল টোৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Road Accident : নগাঁৱৰ নতুন বজাৰ চাৰিআলি সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা