Dhemaji News: সোনোৱাল কছাৰী সাহিত্য সভাৰ আজি অন্তিম দিন

ধেমাজি,৯ফেব্ৰুৱাৰী : ধেমাজি জীয়াঢল চাৰিআলিৰ ভোগালী ক্ষেত্ৰত সোনোৱাল কছাৰী সাহিত্য সভাৰ আজি অন্তিম দিন ৷
অন্তিম দিনৰ কাৰ্যসূচীত সংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
সংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠানত অংশ লয় জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা(Dhemaji News)।
সোণোৱাল কছাৰী স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টাংকেশ্ব সোণোৱাল , সোণোৱাল সাহিত্য সভাৰ সভাপতি সম্পাদকৰ লগতে জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল।