WATCH | Dhemaji News : চিলাপথাৰত সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত অনিৰ্দিষ্টকালিন অৱস্থান ধৰ্মঘট
ধেমাজি,৬মে’ : চিলাপথাৰত সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত অনিৰ্দিষ্টকালিন অৱস্থান ধৰ্মঘট।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা ২৫ এপ্ৰিলত ধেমাজি জিলা অসামৰিক যোগান বিভাগে বন্ধ কৰি দিয়া চিলাপথাৰৰ বামগাঁৱস্থিত নাইৰা ডিপো পুনৰ মুকলি কৰাকলৈ প্ৰতিবাদ সংগঠন কেইটাৰ(Dhemaji News)।
আজি কিছু দিনৰ পূৰ্বে জিলা প্ৰশাসনৰ বিভাগীয় কতৃপক্ষ পৰিদৰ্শকে দিপুত উপস্থিত হৈ দিপু টো ছিল কৰা পিছত পুনৰ ডিপু টো মুকলি কৰাত জাঙুৰ খাই উঠিছে সংগঠনকেইটা।
লগতে পঢ়ক : WATCH | Dhemaji News : ধেমাজি জিলাৰ বৰদলনি ৰে’ল ষ্টেচনৰ চৌহদৰ পৰাই বাইক চুৰি