Local, Vocal, Global

WATCH | Dhemaji News : ধেমাজি পৌৰসভাই নিৰ্ধাৰিত এলেকাত পাৰ্কিংৰ নামত লোৱা হ’ব কৰ

ধেমাজি,৮এপ্ৰিল : ধেমাজি পৌৰসভাই নিৰ্ধাৰিত এলেকাত পাৰ্কিংৰ নামত লোৱা হ’ব কৰ ।

এই কথা ঘোষণা কৰাৰ পিছতে পৌৰসভাৰ সিদ্ধান্তক বিৰোধিতা কৰি ধেমাজিত অসম জাতীয়তবাদী যুৱ পৰিষদে জিলা আয়ুক্ত স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জাতীয় সংগঠনৰ টোৰ কেন্দ্ৰীয় সভাপতি উজ্জল কুমাৰ চুতীয়াই(Dhemaji News)।

লগতে পঢ়ক : WATCH | Bihu Workshop : ছিপাঝাৰত অনুষ্ঠিত হোৱা বিহুনাচ কৰ্মশালা, ২০২৫ ৰ সামৰণি